চূড়ান্ত ফলাফল ঘোষণাৰ পূৰ্বেই বিজেপিৰ কাৰ্যালয়ত মিঠাই বিতৰণ নোমল মমিনৰ - LOK SABHA ELECTION RESULTS 2024 - STATE BJP

🎬 Watch Now: Feature Video

thumbnail
ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : June 4, 2024 at 2:12 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, ৪ জুন : লোকসভা নিৰ্বাচনৰ চূড়ান্ত ফলাফল ঘোষণাৰ পূৰ্বেই মঙলবাৰে পুৱাৰে পৰা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ । বিজেপিৰ মুখ্য কাৰ্যালয়ত মিঠাই বিতৰণ কৰিলে অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে । তেওঁ দলীয় কৰ্মী আৰু সাংবাদিকক খুৱালে মিঠাই । ইপিনে, নিৰ্বাচনী ফলাফল সন্দৰ্ভত মন্তব্য কৰি উপাধ্যক্ষগৰাকীয়ে কয়," তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী । তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক আমি প্ৰধানমন্ত্ৰী হিচাপে লাভ কৰিম । এয়া খুব আনন্দৰ মুহূৰ্ত ।"

অসমত সম্ভাব্য় ফলাফল সন্দৰ্ভত মন্তব্য কৰি নোমল মমিনে কয়," অসমতো ১০ খন আসনত আমি অগ্ৰগতি লাভ কৰি আছো । অসমত ১১-১২ খন আসন ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিব ।" তদুপৰি তেওঁ যোৰহাট লোকসভা সমষ্টিতো বিজেপি প্ৰাৰ্থীগৰাকীৰ বিজয় নিশ্চিত বুলি মন্তব্য় কৰি কয়,"যুঁজখন শক্তিশালী হ'বই । কাৰণ যোৰহাটৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে শক্তিশালী । বিজেপি জয়ী হোৱাটো ১০০% নিশ্চিত ।"

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

লগতে পঢ়ক:নিৰ্বাচনৰ ফলাফলক লৈ কিমান আশাবাদী অসমৰ প্ৰাৰ্থীসকল - Lok Sabha Election Results 2024

ৰাজ্যৰ সামগ্ৰিক ফলাফলত শেষ হাঁহি মাৰিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে: কেশৱ মহন্ত - Lok Sabha Election Results 2024

খোল খালে বৰপেটা আৰু ধুবুৰী সমষ্টিৰ ই ভি এম - LOK SABHA ELECTION RESULTS 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details