যোৰহাটত গৌৰৱ গগৈৰ ছুনামী : মাজুলীত কংগ্ৰেছ কৰ্মীৰ উল্লাস - LOK SABHA ELECTION RESULTS 2024 - ASSAM LOK SABHA ELECTION RESULTS

🎬 Watch Now: Feature Video

thumbnail
মাজুলীত কংগ্ৰেছ কৰ্মীৰ মাজত উৎসৱমুখৰ পৰিৱেশ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : June 4, 2024 at 3:43 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী, 4 জুন : পুৱা 8 বজাৰে পৰা চলি আছে লোকসভা নিৰ্বাচনৰ ভোটগণনা ৷ ৰাজ্যৰ 14 খন লোকসভা আসনৰ অন্যতম যোৰহাটত দৃষ্টি নিবদ্ধ হৈ আছে সকলোৰে ৷ সমষ্টিটোত বিজেপিৰ তপন কুমাৰ গগৈ আৰু কংগ্ৰেছৰ গৌৰৱ গগৈৰ মাজত হৈছে মূল যুঁজখন ৷ ইতিমধ্যে কংগ্ৰেছৰ গৌৰৱ গগৈ সমষ্টিটোত ব্যাপক ভোটত আগবাঢ়ি আছে ৷ প্ৰায় জয়লাভৰ দিশে আগবাঢ়িছে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ ৷  

ইয়াৰ মাজতে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মাজুলীত কংগ্ৰেছ কৰ্মীসকলৰ মাজত দেখা গ’ল উৎসৱমুখৰ পৰিৱেশ ৷ সমষ্টিটোত গৌৰৱ গগৈৰ জয়লাভৰ সম্ভাৱনা প্ৰকট হোৱাৰ লগে লগেই কংগ্ৰেছৰ দলীয় কাৰ্যালয়ত দলীয় নেতা-কৰ্মীসকলে 'গৌৰৱ গগৈ' জিন্দাবাদ ধ্বনিৰে আনন্দ-উল্লাস কৰা দেখিবলৈ পোৱা গ’ল ৷ 

লগতে পঢ়ক : ক্ৰমাৎ আকৰ্ষণীয় অসমৰ নিৰ্বাচনী ফলাফলৰ প্ৰেক্ষাপট : ধুবুৰীত পিছ পৰিছে বদৰুদ্দিন আজমল, যোৰহাটত গৌৰৱ গগৈৰ অগ্ৰগতি - LOK SABHA ELECTION RESULTS 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details