ETV Bharat / photos

কংগনা ৰণৌত তথা টেলিভিচনৰ ‘ৰাম’ অৰুণ গোভিলকে ধৰি এই ১২ গৰাকী চেলিব্ৰিটিৰ নিৰ্ণয় হ’ব ভাগ্য, জানক কোন আগত আৰু কোন পিচত - Lok Sabha Election 2024 Result

কংগনা ৰণৌতকে তথা টেলিভিচনৰ ‘ৰাম’ অৰুণ গোভিলকে ধৰি এই ১২ গৰাকী চেলিব্ৰিটিৰ নিৰ্ণয় হ’ব ভাগ্য, জানক কোন আগত আৰু কোন পিচত
Lok Sabha Election 2024 Result: অব্যাহত আছে লোকসভা নিৰ্বাচন ২০২৪ৰ ভোটগণনা । ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বহু চলচ্চিত্ৰ তাৰকাইও প্ৰতিদ্বন্দ্বিতা কৰিছে । ইয়াত প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱা কংগনা ৰণৌতে হিমাচল প্ৰদেশৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । আনহাতে টিভিৰ ৰাম অৰুণ গোভিলে বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। (ETV BHARAT)
author img

By ETV Bharat Assamese Team

Published : June 4, 2024 at 2:59 PM IST

2 Min Read
Choose ETV Bharat