বিজয় অৱশ্যম্ভাৱী : তিনিচুকীয়াত সৰ্বানন্দ সোণোৱাল - Lok Sabha Election Results 2024 - ASSAM LOK SABHA ELECTION RESULTS

🎬 Watch Now: Feature Video

thumbnail
অগ্ৰগতি লাভ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : June 4, 2024 at 2:05 PM IST

1 Min Read
Choose ETV Bharat

তিনিচুকীয়া, 4 জুন : লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি ডিব্ৰুগড় লোকসভা সমষ্টিত অগ্ৰগতি লাভ কৰিছে বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সমষ্টিটোত তিনিকোণীয়া যুঁজৰ সম্ভাৱনা দেখা গৈছিল যদিও মূল যুঁজখন বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল আৰু বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ মাজত হোৱা পৰিলক্ষিত হৈছে ৷ শেহতীয়া তথ্য অনুসৰি 1,57,695 ভোটত আগবাঢ়ি আছে সৰ্বানন্দ সোণোৱাল ৷

ইয়াৰ মাজতে তিনিচুকীয়াৰ ভোটগণনা কেন্দ্ৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ৷ ভোটগণনা কেন্দ্ৰত উপস্থিত হৈ ডিব্ৰুগড় লোকসভাৰ পৰা বিপুল ভোটত জয়যুক্ত হ’ব বুলি দাবী কৰে তেওঁ ৷ লগতে দেশত পুনৰ বিজেপি চৰকাৰ গঠন নিশ্চিত বুলি মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে ৷

লগতে পঢ়ক : কাৰ কপালত আছে ৰাজভোগ ? ভাগ্য নিৰ্ণয় হ’ব অসমৰ ১৪ টা লোকসভা সমষ্টিৰ মুঠ ১৪৩ গৰাকী প্ৰাৰ্থীৰ - Lok Sabha Election Results 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details