শিৱসাগৰত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী

By

Published : Jun 23, 2022, 7:53 PM IST

thumbnail

ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈৰ (MLA Akhil Gogoi in Sivasagar) সমষ্টিত ৰাইজৰ দলৰ বিশাল যোগদান কাৰ্যসূচী (Raijor dal joining programme in Sivasagar) । এই যোগদান কাৰ্যসূচীৰ জৰিয়তে ব্লক কংগ্ৰেছ, ৱাৰ্ড মেম্বাৰ, বুথ কমিটি, গাঁও পঞ্চায়তৰ বহু কৰ্মীৰ লগতে শিৱসাগৰৰ বিভিন্ন ক্ষেত্ৰত জড়িত প্ৰায় পাঁচ শতাধিক লোকে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে (Five thousands of people joined in Raijor dal at Sivasagar) । এই যোগদান কাৰ্যসূচীত অখিল গগৈৰ লগতে মুনিন্দ্ৰ লাহন, ধৈৰ্য কোঁৱৰ, কবিন্দ্ৰ চেতিয়া ফুকন, বেদান্ত লস্কৰকে ধৰি বহু লোক উপস্থিত থাকে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.