বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়া অপৰাধীৰ বাসগৃহ উচ্ছেদ

By

Published : May 22, 2022, 11:52 AM IST

thumbnail

এতিয়াও উত্তেজনা মাৰ যোৱা নাই বটদ্ৰৱাত ৷ থানা জ্বলোৱা ঘটনাত জড়িত থকাৰ সন্দেহ কৰা পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰিলে আৰক্ষী-প্ৰশাসনে (Police raids house of accused in batadrava police outpost arson) ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত কেইবাজনো লোকক আটক কৰিছে নগাঁও আৰক্ষীয়ে ৷ বটদ্ৰৱাৰ ছালনাবড়িৰ ছফিকুল ইছলাম নামৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছিল এই লংকা কাণ্ড (Mob torches police station at Batadrava ) । অভিযোগ অনুসৰি মৃত যুৱকজনৰ পৰিয়ালৰ লোকৰ লগতে একাংশ উদণ্ড লোকে জ্বলাই দিছিল আৰক্ষী থানা ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.