Narcotic Substances seized: বৰপেটাত ড্ৰাগছসহ আৰক্ষীৰ জালত সুজন মিঞা

By

Published : Aug 8, 2022, 10:30 PM IST

thumbnail

ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে বৰপেটাত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ এটা ব্যৱসায়ী(Drugs peddler arrested) ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীটো বহৰিৰ ফুলবাৰী গাঁৱৰ সুজন মিঞা বুলি জানিব পৰা গৈছে ৷ বৰপেটাৰ শিলাত অভিযান চলাই ড্ৰাগছ ব্যৱসায়ীটোক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ইপিনে, ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা আৰক্ষীয়ে ২৭ টা ব্ৰাউন চুগাৰ ভৰ্তি কন্টেইনাৰ জব্দ কৰে (One arrested with Narcotic Substances in Barpeta) ৷ তথ্য মতে, অসামৰিক পোচাকত অভিযান চলাই ড্ৰাগছ ব্যৱসায়ীটোক গ্ৰেপ্তাৰ কৰে বৰপেটা আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.