বানৰ কোবাল সোঁত আৰু ১০ টকীয়া বাজি...

By

Published : Aug 10, 2021, 1:42 PM IST

Updated : Aug 11, 2021, 1:02 PM IST

thumbnail

টকাৰ বাবে মানুহে কি কৰিব নোৱাৰে ? নিজৰ জীৱনকো তুচ্ছ কৰি চৰম পৰ্যায় গ্ৰহণ কৰিবলৈ সাজু সকলো ৷ হয়তো টকাৰ বাবে আপোনজনৰো অনিষ্ট সাধন কৰিব পাৰে একাংশই ৷ কিন্তু মাত্ৰ 10 টকাৰ বাবে ? হয়, মাত্ৰ 10 টকাৰ বাবে তিনি বন্ধুৱে কৰিলে এনে এক কাম যাক লৈ এতিয়া তল-ওপৰ Social media মাত্ৰ 10 টকাৰ বাবে বাজি মাৰিছিল তিনি বন্ধুৱে ৷ পিছে কোন জিকিল এই দহটকীয়া বাজিত ? এয়া জানিবলৈ আপুনি চাব লাগিব মধ্য প্ৰদেশৰ এই ভাইৰেল ভিডিঅ’টো ৷ বানৰ কোবাল সোঁত পাৰ হ’ব পাৰিলে বন্ধুৰ পৰা লাভ কৰাৰ কথা আছিল 10 টকা ৷ কিন্তু সম্ভৱ হ’ল জানো এয়া ? চাওক এই ভিডিঅ’...

Last Updated : Aug 11, 2021, 1:02 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.