ফলাফলক লৈ কিয় আশাবাদী পৰিমল শুক্লবৈদ্য ? - Lok Sabha Election Results 2024 - SILCHAR BJP CANDIDATE

🎬 Watch Now: Feature Video

thumbnail
ফলাফলক লৈ কিয় আশাবাদী পৰিমল শুক্লবৈদ্য (ETV Bharat)

By ETV Bharat Assamese Team

Published : June 4, 2024 at 8:50 AM IST

1 Min Read
Choose ETV Bharat

শিলচৰ,৪ জুন : আৰম্ভ হ'ল লোকসভা নিৰ্বাচনৰ ভোটগণনা । অসমৰো প্ৰতিটো সমষ্টিৰ নিৰ্দিষ্ট স্থানসমূহত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে । কাছাৰ জিলাৰ শিলচৰ ৰামনগৰ আইএছবিটিত আৰম্ভ হৈছে শিলচৰ লোকসভা সমষ্টিৰ ভোটগণনা ।

লগতে পঢ়ক :লাহোৱাল পলিটেকনিকত আৰম্ভ ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভোটগণনাৰ প্ৰস্তুতি - Lok Sabha Election Results 2024

ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে উক্ত স্থানত উপস্থিত কেবিনেট মন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য । ভোটগণনা প্ৰক্ৰিয়াৰ প্ৰস্তুতিৰ বুজ লয় প্ৰাৰ্থীগৰাকীয়ে । পৰিমল শুক্লবৈদ্য আশাবাদী যে তেওঁ সমষ্টিটোৰ পৰা বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হ'ব । তেওঁ আশা কৰা মতে ৩ লাখৰো অধিক ভোট তেওঁ লাভ কৰিব । ইফালে তেওঁ দৃঢ় বিশ্বাসী যে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিবলৈ শিলচৰৰ ৰাইজে বিজেপিক ভোট দিছে ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details