ৰাজ্যৰ সামগ্ৰিক ফলাফলত শেষ হাঁহি মাৰিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে: কেশৱ মহন্ত - Lok Sabha Election Results 2024 - LOK SABHA ELECTION RESULTS 2024

🎬 Watch Now: Feature Video

thumbnail
নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কেশৱ মহন্তৰ প্ৰতিক্ৰিয়া (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : June 4, 2024 at 9:29 AM IST

1 Min Read
Choose ETV Bharat

কলিয়াবৰ, 4 জুন : 8 বজাৰ লগে লগে সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হৈছে লোকসভা নিৰ্বাচনৰ ভোটগণনা ৷ লোকসভা নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিক্ৰিয়া ৷ ৰাজ্য চৰকাৰৰৰ মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী ফলাফল সন্দৰ্ভত কয় যে, নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে বহু ভোটৰ ব্যৱধানত জয়লাভ কৰিব ৷ কলিয়াবৰ বিধানসভা সমষ্টিটো প্ৰাৰ্থীগৰাকীয়ে বিপুল ভোট লাভ কৰিব ৷

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক : https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024

ৰাজ্যৰ সামগ্ৰিক ফলাফল উন্নত হ’ব, য’ত শেষ হাঁহি মাৰিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে ৷ এগজিট প’লৰ সমীক্ষা অনুসৰি কংগ্ৰেছে এখন আসন পালেও বাকীবোৰ আসন কোনে পাব বুলি পৰোক্ষভাৱে বিজেপি প্ৰাৰ্থীৰ জয়ৰে ইংগিত প্ৰদান কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, কলিয়াবৰত প্ৰথম ৰাউণ্ডৰ ভোটগণনা চলি আছে ৷ তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আৰম্ভ কৰা হৈছে এই গণনা প্ৰক্ৰিয়া । সমষ্টিটোৰ 1,54,809 টা ভোটৰ হ'ব গণনা ৷ কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কী আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই সমষ্টিটোত আগবঢ়াইছে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ, চাওক অসমৰ ফলাফলৰ লাইভ আপডেট - LOK SABHA ELECTION RESULTS 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details