খোল খালে বৰপেটা আৰু ধুবুৰী সমষ্টিৰ ই ভি এম - LOK SABHA ELECTION RESULTS 2024 - ধুবুৰীৰ প্ৰাৰ্থী ৰকিবুল হুছেইন

🎬 Watch Now: Feature Video

thumbnail
খোল খালে বৰপেটা আৰু ধুবুৰী সমষ্টিৰ ই ভি এম (etv bharat assam)

By ETV Bharat Assamese Team

Published : June 4, 2024 at 9:10 AM IST

1 Min Read
Choose ETV Bharat

বৰপেটা, 4 জুন : 8 বজাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া ৷ ৰাজ্যৰ 50 খন নিৰ্বাচনী জিলাৰ 52 টা কেন্দ্ৰৰ 152 টা হলৰ ভোটগণনাৰ ব্যৱস্থা কৰা হৈছে ৷ বৰপেটা জিলাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত বৰপেটা আৰু ধুবুৰী সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হৈছে ৷ পুৱাই ভোটগণনা কেন্দ্ৰত উপস্থিত হয়হি বৰপেটাৰ প্ৰাৰ্থী দীপ বায়ন আৰু ধুবুৰীৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ।

লগতে পঢ়ক: ৪ জুনলৈ দৃষ্টিনিৱদ্ধ দেশবাসীৰ, অসমৰ পৰা কোন কোন যাব দিল্লীৰ মচনদলৈ ? - LOK SABHA ELECTION RESULTS 2024

বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত ধুবুৰী লোকসভাৰ চেঙা আৰু মন্দিয়া সমষ্টি আৰু বৰপেটা লোকসভাৰ বৰপেটা আৰু পাকাবেতবাৰীৰ সমষ্টিৰ ভোটগণনা কৰা হয় ৷ ধুবুৰী লোকসভাৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে আল্লা, ভগৱানৰ নাম লৈ আজি ৰাইজে সিদ্ধান্ত ল’ব বুলি মত প্ৰকাশ কৰে । তেওঁ লগতে কয় যে, আজিৰ ফলাফল কেৱল অসমতেই নহয় সমগ্ৰ ভাৰতবৰ্ষত ভাল হ’ব আৰু ইণ্ডি এলায়েন্স চৰকাৰ হ’ব । বৰপেটাৰ পিচত হুছেইনে ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন ভোটগণনা কেন্দ্ৰ পৰিদৰ্শন কৰিব বুলি জানিবলৈ দিয়ে ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ আপডেটৰ বাবে ক্লিক কৰক https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details