গ্ৰেপ্তাৰ নগাঁৱৰ লাট মণ্ডল ৰঞ্জিত মহন্ত, গুৱাহাটী অভিমুখে ৰাওনা দুৰ্নীতি নিবাৰক শাখাৰ দল

By

Published : Sep 23, 2022, 9:32 PM IST

thumbnail

ঘোচ লৈ হাতে-লোটে ধৰা পৰা নগাঁৱৰ লাট মণ্ডল ৰঞ্জিত মহন্তক লৈ গুৱাহাটী অভিমুখে ৰাওনা দুৰ্নীতি নিবাৰক শাখাৰ দল । শুকুবাৰে দুপৰীয়া তিনি হাজাৰ টকা উৎকোচ লোৱাৰ সময়ত গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক শাখাৰ দলে আটক কৰে অভিযুক্ত মহন্তক (Allegation of bribery against Lat Mandal in Nagaon) । এগৰাকী ব্যক্তিৰ পৰা মাটিৰ ঋণমুক্ত প্ৰমাণপত্ৰ দিয়াৰ নামত লাট মণ্ডল ৰঞ্জিত মহন্তই বিচাৰিছিল এই উৎকোচ (Lat mandal arrested while taking bribe) । এগৰাকী ছাৰক দিয়াৰ নামত উৎকোচ বিচাৰিছিল লাট মণ্ডল ৰঞ্জিত মহন্তই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.