অভয়াপুৰীৰ দীপাৱলীত লাভলীনা

By

Published : Nov 4, 2021, 10:55 PM IST

thumbnail

অভয়াপুৰী চহৰৰ নিকটৱৰ্তী পিৰাধৰা বুঢ়ী আই থানত বিগত প্ৰায় বাৰ বছৰৰ পৰাই ব্যতিক্ৰমী ৰূপত দীপাৱলী উদযাপন কৰি আহিছে অঞ্চলবাসী ৰাইজে । এইবাৰ ব্যতিক্ৰমী ৰূপত সাত হাজাৰ চাকিৰে দীপাৱলীৰ এক ব্যতিক্ৰমী দৃশ্য প্ৰদৰ্শন কৰিছে পিৰাধৰা বাসী ৰাইজে । পিৰাধৰাৰ বুঢ়ী আই থানত এনেদৰেই সাত হাজাৰ চাকিৰ পোহৰেৰে আলোকিত কৰি তোলে অঞ্চল‌বাসীয়ে । এইবাৰৰ ব্যতিক্ৰমী দীপাৱলীত ৰাইজৰ নিপুন প্ৰয়াসত লাভলীনা বৰগোহাঁই আৰু মাতৃ স্নেহৰ প্ৰতীক এক প্ৰতিচ্ছবিৰে ব্যতিক্ৰমী দৃশ্য গঢ় দিবলৈ সক্ষম হৈছে পিৰাধৰাবাসী ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.