চেলেঙত ক্ষুদ্ৰ চাহ খেতিয়কক ভাবুকি নগা দুৰ্বৃত্তৰ

By

Published : Jun 25, 2021, 7:57 PM IST

thumbnail

পুনৰ উত্তপ্ত মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্ত । অসমৰ দিচৈভেলীত নগাৰ ভয়াবহ আগ্ৰাসন অব্যাহত থকাৰ পাচত এইবাৰ ক্ষুদ্ৰ চাহ খেতিয়কক ভাবুকি নগা দুৰ্বৃত্তৰ । চেলেঙৰ চাৰিঙীয়াজুৰিৰ ফুচুঙত থকা ৰবীন কুৰ্মীৰ নামৰ এজন ক্ষুদ্ৰ চাহ খেতিয়কক কৰ বিচাৰি ভাবুকি বিচাৰি ভাবুকি প্ৰদান কৰিছে নগা দুৰ্বৃত্তই ৷ নগাৰ ভাবুকিৰ পাচতে বন্ধ হৈ পৰিছে বহু ক্ষুদ্ৰ চাহ বাগিছাৰ কাম কাজ । নগাৰ ভাবুকিত আতংকিত হৈ অসম-নাগালেণ্ড সীমান্তৰ বহু ক্ষুদ্ৰ চাহ খেতিয়কে কেচা পাত তুলিবলৈ বাগিছালৈ যাব পৰা নাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.