ৰাণীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদযাপন শিক্ষক দিৱস

By

Published : Sep 6, 2021, 9:25 AM IST

thumbnail

দেওবাৰে সমগ্ৰ ৰাজ্যৰ লগতে ৰাণীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো উদযাপন কৰা হয় শিক্ষক দিৱস ৷ শিক্ষক দিৱস উপলক্ষে বিলাসীপাৰাৰ বিভিন্ন প্ৰান্তৰ অৱসৰপ্ৰাপ্ত তথা কৰ্মৰত শিক্ষক-শিক্ষয়ত্ৰী বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত নৃপেন চন্দ্ৰ দাসৰ স্মৃতিত প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ৷ এই অনুষ্ঠানত উপস্থিত থাকে মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.