মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰীৰ আত্মহত্যাক লৈ কি কয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ?

By

Published : Dec 28, 2021, 10:23 PM IST

thumbnail

গুৱাহাটীৰ মডাৰ্ণ ইংলিছ স্কুলত সংঘটিত হোৱা আত্মহত্যাৰ ঘটনাৰ (Guwahati school girl suicide case) উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । মহানগৰীৰ মডাৰ্ণ ইংলিছ স্কুলত সংঘটিত হোৱা আত্মহত্যাৰ ঘটনাৰ উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই (Local MLA on School girl suicide case )। মহানগৰীৰ জ্যোতিকুছিত অনুষ্ঠিত হোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদমাধ্যমৰ আগত এইদৰে মন্তব্য কৰে। এই ঘটনা দুৰ্ভাগ্যজনক আখ্যা দি এই বিষয়ত মুখ্যমন্ত্ৰীৰ সৈতেও আলোচনা কৰিব বুলিও মন্তব্য কৰে। এনেকুৱা ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে কোঠৰ ব্যৱস্থা লোৱাৰ প্ৰয়োজনতাৰ কথা উল্লেখ কৰি ঘটনাটোৰ উৎস বিচাৰি উলিয়াব লাগিব বুলি মন্তব্য কৰে । লগতে অভিভাৱক সকলকো সন্তানৰ প্ৰতি দৃষ্টি ৰাখিবলৈ অনুৰোধ জনায় স্থানীয় বিধায়ক গৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.