ৰাজ্যজুৰি প্ৰতীক হাজেলাৰ বিৰুদ্ধে হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদ

By

Published : Aug 17, 2019, 8:17 PM IST

thumbnail

চমু চাপি আহিছে এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ দিন ৷ ইয়াৰ লগে লগে তৎপৰ হৈ পৰিছে বিভিন্ন দল-সংগঠন ৷ শনিবাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে হিন্দু জাগৰণ মঞ্চই । ৩১ আগষ্টত প্ৰকাশ হ'ব এন আৰ চিৰ চূড়ান্ত তালিকা ৷ কিন্তু এই তালিকাত আসোঁৱাহ থকাৰ অভিযোগ সংগঠনটোৰ৷ চাওক এক প্ৰতিবেদনঃ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.