হিমন্ত বিশ্বৰ তিনিবছৰীয়া চৰকাৰ : উন্নয়ন সন্দৰ্ভত ৰাইজৰ মতামত - 3rd Anniversary of HBS led BJP Govt - 3RD ANNIVERSARY OF HBS LED BJP GOVT

🎬 Watch Now: Feature Video

thumbnail
উন্নয়ন সন্দৰ্ভত ৰাইজৰ মতামত (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 11, 2024 at 7:33 AM IST

|

Updated : May 11, 2024 at 9:52 AM IST

1 Min Read
Choose ETV Bharat

সৰুপথাৰ, ১১ মে’ : তিনি বছৰ সম্পূৰ্ণ হ'ল ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ । কি পালে ৰাইজে, কিমান উন্নয়ন হ'ল ? এখন চৰকাৰৰ ক্ৰিয়া-কলাপ সন্দৰ্ভত ৰাজ্যৰ জনতাৰ থাকে ভিন্ন মত ৷ সকলোৰে বাবে উন্নয়নৰ মাত্ৰা বেলেগ বেলেগ ৷ হিমন্ত বিশ্ব শৰ্মাৰ তিনি বছৰীয় শাসনকালত কিমান পৰিৱৰ্তন হ'ল অসমৰ ৰাইজৰ মুখেৰেই জানো আহকচোন ৷

সৰুপথাৰ সমষ্টি ৷ সমষ্টিটোৰ ৰাইজে কি পালে, সৰুপথাৰত কিমান উন্নয়ন হ'ল ? কি কয় সৰুপথাৰৰ সাধাৰণ জনতাই জানো আহক ।

নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাচৰ পৰাই অসমত নিকাভাৱে ১ লাখ নিৱনুৱাক নিযুক্তি দিয়াৰ সমান্তৰালকৈ চৰকাৰখনে স্বাৱলম্বিতাৰ ভিন্ন আঁচনি প্ৰস্তুত কৰিছে সৰ্বসাধাৰণৰ বাবে । ইয়াৰোপৰি অসমৰ খিলঞ্জীয়াক মিছন বসুন্ধৰাৰ অধীনত ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে । এয়া আমাৰ নহয়, সৰুপথাৰ সমষ্টিৰ জনতাৰ মতামত ৷

লগতে পঢ়ক :

হিমন্ত বিশ্ব শৰ্মাই তিনি বছৰত অসমক ধৰুৱা কৰিলে : ভূপেন বৰা - 3 Years Of CM Himanta Biswa Sarma

হিমন্ত চৰকাৰৰ বৰ্ষপূৰ্তি; দিশপুৰ কিন্তু নিমাওমাও - 3rd Anniversary of HBS led BJP Govt

Last Updated : May 11, 2024 at 9:52 AM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details