সন্ধিয়ালৈ অপেক্ষাত, বৰপেটাত ভাল ফলাফল আহিব কংগ্ৰেছৰ : দীপ বায়ন - Lok Sabha Election Results 2024 - LOK SABHA ELECTION RESULTS 2024

🎬 Watch Now: Feature Video

thumbnail
দীপ বায়নৰ ভাষ্য (etv bharat assam)

By ETV Bharat Assamese Team

Published : June 4, 2024 at 4:19 PM IST

1 Min Read
Choose ETV Bharat

নলবাৰী, ৪ জুন : দেশজুৰি চলি আছে লোকসভা নিৰ্বাচনৰ ভোটগণনা ৷  8 বজাৰ লগে লগে ৰাজ্যত আৰম্ভ হয় ভোটগণনা প্ৰক্ৰিয়া ৷ ৰাজ্যৰ 50 খন নিৰ্বাচনী জিলাৰ 52 টা কেন্দ্ৰৰ 152 টা হলৰ 1941 খন টেবুলত হৈছে ভোটগণনা ।

নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৱস্থিত ভোটগণনা কেন্দ্ৰত উপস্থিত হয় বৰপেটাৰ ইণ্ডি এলায়েন্সৰ প্ৰাৰ্থী দীপ বায়ন । ভোটগণনা কেন্দ্ৰ পৰিদৰ্শন কৰি সন্ধিয়ালৈ ভাল ফলৰ অপেক্ষাত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী । বৰপেটাৰ ৰাইজক ধন্যবাদ জনাই প্ৰাৰ্থী গৰাকীয়ে অন্তিম পৰ্যায়ৰ গণনালৈ অপেক্ষা কৰিব বুলি জানিবলৈ দিয়ে ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ আপডেটৰ বাবে ক্লিক কৰক-  https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024

আনহাতে ৰাষ্ট্ৰীয় সংবাদমাধ্যমে প্ৰচাৰ কৰা নিৰ্বাচনী সমীক্ষাৰ এখন বিপৰীত দৃশ্য আজি ওলাইছে বুলি মন্তব্য কৰে দীপ বায়নে । কংগ্ৰেছে বহুত ভাল ফলাফল লাভ কৰিব বুলি মন্তব্য কৰি ৰাইজৰ উন্নতি, দেশৰ অখণ্ডতা ৰক্ষাৰ হকে ৰাইজ ওলাই আহিছে বুলি মন্তব্য কৰি ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই বৰপেটাৰ কংগ্ৰেছৰ প্ৰাৰ্থী দীপ বায়নে ।

লগতে পঢ়ক : মাজুলী ভোটগণনা কেন্দ্ৰৰ বাহিৰত উত্তপ্ত পৰিস্থিতি - Lok Sabha Election Results 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details