'ভবা ধৰণে ফলাফল পাইছো': বিজুলী কলিতা মেধি - Lok Sabha Election Results 2024 - LOK SABHA ELECTION RESULTS LIVE UPDATE

🎬 Watch Now: Feature Video

thumbnail
ভবা ধৰণে ফলাফল পাইছো বিজুলী কলিতা মেধি (ETV Bharat)

By ETV Bharat Assamese Team

Published : June 4, 2024 at 4:17 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী,৪ জুন : লোকসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে । ইতিমধ্যে বিজেপি মিত্ৰজোঁটে দেশত অগ্ৰগতি লাভ কৰিছে । অসমৰ ১৪ খন আসনৰ ভিতৰতো গৰিষ্ঠসংখ্যক আসনত বিজেপি মিত্ৰজোঁটে আগবাঢ়ি আছে । ইয়াৰ মাজতে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি উপস্থিত হয় মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ । য'ত ভোটগণনা প্ৰক্ৰিয়া চলি আছে ।

লগতে পঢ়ক :এন ডি এ নে ইণ্ডি এলায়েন্স ? কোন মন্ত্ৰী-বিধায়কে কৰিলে কি দাবী - LOK SABHA ELECTION RESULTS 2024

প্ৰাৰ্থীগৰাকীৰ মতে গুৱাহাটীৰ ৰাইজে যেনেকৈ মৰম দিছে তেনেকৈ আজি ফলাফল লাভ কৰিছে । যাৰ বাবে সকলো ভোটাৰকে তেওঁ ধন্যবাদ জ্ঞাপন কৰে । আনহাতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী সন্দৰ্ভত তেওঁ কয় যে বিগত ৩ মাহে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে বহুত কথা ক'লে । সেয়েহে তেওঁ আজি একো নকয় । কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক উদ্দেশ্যি তেওঁ কয় যে 'কথাৰে নহয় বন্ধু কামেৰে পৰিচয়' । তেওঁৰ মতে গণতন্ত্ৰত ৰাইজে ৰজা । তেওঁৰ মতে ৰাইজে যেনেকৈ বিচাৰিছে তেনেকৈ হ'ব । ভবা ধৰণে ফলাফল পোৱা গৈছে বুলি তেওঁ উল্লেখ কৰে ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details