নতুন বছৰত সমষ্টিবাসীলৈ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ বিশেষ উপহাৰ

By

Published : Jan 2, 2022, 4:06 PM IST

thumbnail

নৱবৰ্ষ উপলক্ষে সোণাৰিৰ ৰাইজলৈ বিশেষ উপহাৰ আগবঢ়াব বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷ নৱবৰ্ষত দুখনকৈ হাস্পতাল উপহাৰ স্বৰূপে আগবঢ়াব বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে (MLA Dharmeswar Konwar gifted two hospitals to Sonari people) ৷ তিনি কোটি টকা ব্যয় সাপেক্ষে শীঘ্ৰেই মুকলি কৰা হ'ব চৰাইদেউ জিলা চিকিৎসালয় আৰু মথুৰাপুৰস্থিত বাউলিপুখুৰী অসামৰিক চিকিৎসালয় ৷ ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনতেই এই কথা ঘোষণা কৰিলে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে জনালে তেওঁৰ নতুন বছৰৰ কৰ্ম পৰিকল্পনাৰ কথা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.