বোকাখাতত বলিৰ বাবে আগবঢ়োৱা 2 ম'হ মেলি দিয়া হ'ব কাজিৰঙাত

By

Published : Oct 13, 2021, 5:47 PM IST

thumbnail

অতীজৰ পৰা চলি অহা পৰম্পৰা পৰিহাৰ কৰি এইবাৰ বোকাখাতৰ শ্ৰী শ্ৰী কাক গোঁসানী চাতনি থানত আগবঢ়োৱা ২ টা ম'হ বলি হিচাপে গ্ৰহণ নকৰি কাজিৰঙাত এৰি দিবলৈ আহ্বান জনালে ভগৱতীয়ে । মহাষ্টমীৰ বৰবলিৰ দিনা বোকাখাতৰ কাক গোঁসনী থানলৈ ভক্তই আগবঢ়োৱা 4 টা মহৰ ভিতৰত ২টা ম’হ বলি হিচাপে গ্ৰহণ কৰি আন ২ টা ম'হ মুকলি কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷ মহাষ্টমী দিনা ভক্তই আগবঢ়োৱা ৩ শ হাঁহ, শতাধিক ছাগলী আৰু ২ টা মহ দেৱীৰ ভগৱতীয়ে গ্ৰহণ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.