ভাওনা সংস্কৃতিক বিকৃত ৰূপত উপস্থাপনক লৈ প্ৰতিক্ৰিয়া সত্ৰাধিকাৰ হেমচন্দ্ৰ গোস্বামীৰ

By

Published : Oct 19, 2021, 3:17 PM IST

thumbnail

গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা সংস্কৃতিক বিকৃত ৰূপত উপস্থাপন অভিনেতা দ্বীপজ্যোতি কেওঁটৰ । ইয়াক লৈ ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ভাওনা সংস্কৃতিক বিকৃত ৰূপত উপস্থাপনক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাজুলীৰ চামগুৰি সত্রৰ সত্ৰাধিকাৰ হেমচন্দ্ৰ গোস্বামীয়ে ৷ তেওঁ কয়, ভাওনাৰ এটা মৌলিকতা আছে, ব্যংগাত্মক কৰিবলৈ গৈ ভাওনাক নিজস্ব মৌলিকতাৰ পৰা আঁতৰাব নালাগে ৷ লগতে তেখেতে কয়, তেওলোক যি বিভাগৰ মানুহ তাতে থাকক ৷ হাঁহিৰ খোৰাক দিবলৈ গৈ এনেদৰে ভাওনাৰ আধ্যমিকতাক বিনাশ কৰিব নালাগে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.