আগন্তুক বাজেট হ'ব ৰাজ্যখনৰ বাবেই আশাৰ বর্ষ: বিত্তমন্ত্ৰী অজন্তা নেওগ

By

Published : Jan 26, 2022, 3:57 PM IST

thumbnail

৭৩ সংখ্যক গণৰাজ্য দিৱসত নগাঁৱৰ লগতে অসমবাসীলৈ ভাল খবৰ দিলে বিত্তমন্ত্ৰী অজন্তা নেওগে । নগাঁৱত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি আগন্তক বাজেট ৰাজ্যবাসীৰ বাবেই এটা আশাৰ বর্ষ হ'ব বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে (FM Ajanta Neog on upcoming Budget 2022-23)। পূৰ্বৰ আধৰুৱা সকলো কাম সম্পূৰ্ণ কৰা বিষয়টোসমূহে স্থান পাব আগন্তক বাজেটত । নগাঁৱৰ লগতে ৰাজ্যখনৰ উন্নয়নৰ বাবে কেবাটাও প্ৰকল্প গ্ৰহণ কৰা হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী অজন্তা নেওগে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.