লাহৰিজানত ৬ লক্ষাধিক টকাৰ হেৰ'ইনসহ যুৱক গ্ৰেপ্তাৰ - Anti Drugs Operation - ANTI DRUGS OPERATION

🎬 Watch Now: Feature Video

thumbnail
লাহৰিজানত উদ্ধাৰ ড্ৰাগছ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 11, 2024 at 10:50 PM IST

1 Min Read
Choose ETV Bharat

ডিফু, ১১ মে': ড্ৰাগছ, বাৰ্মিজ চুপাৰি, চিগাৰেট,গাঞ্জা আৰু বিভিন্ন অপৰাধমূলক কাৰ্যকলাপৰ বাবে অপৰাধীয়ে নিৰাপদ ক'ৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজান । ইয়াৰ মাজতেই শনিবাৰে লাহৰিজানত উদ্ধাৰ হৈছে কেইবা লক্ষাধিক টকাৰ হেৰ'ইন ৷ আজি দিনৰ ২:৩০ বজাত খটখটী থানা এলেকাৰ লাহৰিজানৰ দুদু ক'লনিত ৬ লক্ষাধিক টকাৰ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷  

দুদু ক'লনিত এজন নগা যুৱকে কোনো লোকক ড্ৰাগছ সৰবৰাহ কৰিবলৈ অহাৰ সময়তেই আৰক্ষীয়ে অভিযান চলাই নগা যুৱকজনে অনা NL 07 EC 2353 নম্বৰৰ স্কুটীৰ পৰা ১৪ টা চাবোনৰ বাকচত লুকুৱাই অনা ১৬৬'৩ গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ ধৃত নগা যুৱকজন ডিমাপুৰৰ ইখুম গাঁৱৰ থুংচাম মুৰিৰ পুত্ৰ মাহো মুৰি বুলি চিনাক্ত কৰা হৈছে ।

লগতে পঢ়ক:ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা - Anti Drugs Operation

লখিমপুৰত হেৰ’ইন এজনক আটক - Anti Drugs Operation

পশ্চিম যোৰহাটত ড্ৰাগছসহ সৰৱৰাহকাৰীক আটক - Drugs Seized In Jorhat

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details