নিয়তিৰ ওচৰত হাৰ মানিলে নামবৰ দৈগ্ৰোং বনাঞ্চলৰ অসুস্থ গজৰাজে

By

Published : Feb 3, 2022, 1:59 PM IST

thumbnail

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নামবৰ দৈগ্ৰোং বনাঞ্চলত(Nambor Doigrung Wildlife Sanctuary) অসুস্থ হৈ থকা দঁতাল হাতীটোৱে । বিগত তিনিদিন ধৰি অসুস্থ হৈ পৰি আছিল বন্যহস্তীটো(Elephant Fight To Survive at Golaghat) । ডি হাইড্ৰেছন (Dehydration) আৰু খাদ্যৰ অভাৱত বন্যহস্তীটোৱে মৃত্যুৰ যন্ত্ৰণাত ভুগি আছিল । নিশা বন বিভাগৰ লোকে চিকিৎসা প্ৰদান কৰিছিল হস্তীটোক । বৰ্তমান হস্তীটোৰ দাঁত কাটি শেষকৃত্য সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.