ঢাক-ঢোল, পুৰোহিতৰ মন্ত্ৰোচাৰণেৰে উজ্জীৱিত অভয়াপুৰীৰ পূজাথলী

By

Published : Oct 14, 2021, 12:53 PM IST

thumbnail

ঢাক-ঢোল, পুৰোহিতৰ মন্ত্ৰোচাৰণ, উৰুলি, শংখধ্বনিৰে সম্প্ৰতি মুখৰিত হৈ আছে ৰাজ্যৰ চৌদিশ ৷ আজি মহানৱমী ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ বঙাইগাঁৱৰ বহু স্থানত উদযাপিত হৈছে দুৰ্গোৎসৱ ৷ শাৰদীয় দুৰ্গা পূজা উপলক্ষে অভয়াপুৰীৰ পূজাথলীসমূহত ব্যাপক ভিৰ পৰিলক্ষিত হয় ভক্তৰ ৷ বিশেষকৈ অভয়াপুৰীৰ গান্ধী ময়দানস্থিত সাৰ্বজনীন দুৰ্গা মন্দিৰত দেৱীৰ আশীষ বিচাৰি ভক্তসকল একত্ৰিত হয় ৷ ভক্তসকলে চৰকাৰে জাৰি কৰা ক’ভিড নীতি উলংঘা নকৰাকৈ পূজাথলীত সমবেত হোৱা দেখা যায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.