শক্তিপীঠ ৰামখাপীঠ দেৱালয়ত দুৰ্গা পূজা

By

Published : Oct 14, 2021, 7:55 AM IST

thumbnail

ৰাজ্যৰ শক্তিপীঠসমূহৰ ভিতৰত অন্যতম শিৱসাগৰ জিলাৰ দিখৌমুখ দেওঘৰীয়া গাঁৱত অৱস্থিত ৰামখাপীঠ দেৱালয়(Ramkhapith Devalaya)৷ প্ৰবাদ, লোকবিশ্বাস আৰু বুৰঞ্জীত উল্লেখিত তথ্য মতে, জাগ্ৰত এই শক্তিপীঠখনত মহাষ্টমীৰ দিনটোত প্ৰতিবছৰে হাজাৰ হাজাৰ ভক্তই ভিৰ কৰা পৰিলক্ষিত হয় । এইবেলিও ক’ভিডৰ নীতি-নিয়ম মানি সহস্ৰাধিক ভক্তৰ সমাগম ঘটিছে ৰামখাপীঠ দেৱালয়ত ৷ শক্তিপূজাৰ ওপৰত বিশ্বাস ৰখা ভক্তবানে মহা অষ্টমীৰ দিনা জন্তু বলি হিচাপে আগবঢ়ায় । পুৱাৰ ভাগত দেৱী স্নান আৰু আৰতি সম্পন্ন হোৱাৰ পাচতেই পঞ্চবলি দিয়া হয় দেৱালয়ত । চাওক এই বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.