বৃহৎ নদীবান্ধ সন্দৰ্ভত কি আছিল বিশেষজ্ঞ সমিতিৰ স্থিতি ?

By

Published : Oct 25, 2021, 6:40 PM IST

thumbnail

বৃহৎ নদীবান্ধৰ ওপৰত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত গঠন কৰি দিয়া হৈছিল বিশেষজ্ঞ সমিতি ৷ এই সমিতিয়ে প্ৰকাশ কৰা প্ৰতিবেদনক ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে আওকাণ কৰা বুলি সদৌ অসম ছাত্ৰ সন্থা তথা বৃহৎ নদীবান্ধ বিৰোধী দল-সংগঠনে সময়ে সময়ে দাবী কৰি আহিছে ৷ এই সন্দৰ্ভত সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই প্ৰকাশ কৰিছে বহু বিস্ফোৰক তথ্য ৷ জানো আহক কি আছিল বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.