স্বাস্থ্য পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ ডাঃ নভনীল বৰুৱাক

By

Published : Oct 8, 2021, 10:24 PM IST

thumbnail

দিছপুৰ থানাত দহ ঘণ্টীয়া মাৰাথান জেৰা ডাঃ নৱনীল বৰুৱাক ৷ জেৰা পাচতে স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ডাঃ নৱনীল বৰুৱাক । জিএনআৰচিৰ জ্যেষ্ঠ চিকিৎসক নভনীল বৰুৱাই তেওঁক জিএনআৰচিৰ আইচিইউ চিকিৎসাধীন হোৱাত সহায় কৰাৰ কথা পোহৰলৈ অহাৰ পাছতে চমন জাৰি কৰা হৈছিল ডাঃ নভনীল বৰুৱালৈ । একেদৰে চমন জাৰি হৈছিল জিএনআৰচি কৰ্তৃপক্ষৰ বিৰুদ্ধেও ।বৃহস্পতিবাৰে জাননী পোৱাৰ পাছতে শুকুৰবাৰে দিছপুৰ আৰক্ষী থানাত হাজিৰ হয় জি এন আৰ চিৰ অধীক্ষক সুব্ৰত ভাগৱতী আৰু চিকিৎসক নভনীল বৰুৱা । দুয়োজনকে জেৰা চলাইছে তদন্তকাৰী বিষয়াই । চিকিৎসক আৰু চিকিৎসালয় কৰ্তৃপক্ষই ৰাজকন্যাক ৰাজ আতিথ্য দিয়াৰ তথ্য-প্ৰমাণ লাভ কৰিছে তদন্তকাৰী বিষয়াই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.