চিকিৎসাকৰ্মীৰ ন্যায়ৰ দাবীৰে লংকা থানাত উত্তাল প্ৰতিবাদ

By

Published : Jun 2, 2021, 5:24 PM IST

thumbnail

হোজাই জিলা লংকা আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি ৷ বুধবাৰে চিকিৎসাকৰ্মীৰ ন্যায়ৰ দাবীত উত্তাল হ’ল লংকা আৰক্ষী থানাৰ চৌহদ । ন্যায় নোপোৱ পৰ্যন্ত কৰ্মবিৰতি ঘোষণা লংকা চিকিৎসাকৰ্মী সকলৰ । ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে লংকা চিকিৎসাকৰ্মীসকলে । চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিৰ আৰু নাৰ্চ ললিতা ভৰালীক প্ৰহাৰ কৰা ঘটনাৰ উচিত তদন্তৰ দাবীত লংকা চিকিৎসাকৰ্মী সকলে লংকা আৰক্ষী থানাত দাখিল কৰে স্মাৰক পত্ৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.