বজালীত তৃতীয়টো কণ্টেইনমেণ্ট জ'ন ঘোষণা

By

Published : Jun 6, 2021, 2:31 PM IST

thumbnail

শনিবাৰে বজালী জিলাৰ ডুবি মালিপৰাত ন টা পৰিয়ালক বজালী জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন(containment zone) হিচাপে ঘোষণা কৰিছে । জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন(containment zone)ত থকা পৰিয়াল কেইটাক খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে কোনো যাতে সেই ঠাইৰ পৰা বাহিৰত ওলাব নোৱাৰে এইক্ষেত্ৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ৷ উল্লেখ্য যে, সেই অঞ্চলটোত ২০ গৰাকীতকৈ অধিক লোক ক’ভিডত আক্রান্ত হৈছে বুলি জানিব পৰা গৈছে । ইয়াৰোপৰি অঞ্চলটোত চিকিৎসাৰ লগত জড়িত কর্মীসকলকে ধৰি গাঁৱৰ সকলো লোককে ক’ভিড পৰীক্ষা(covid test)ৰ ব্যৱস্থা কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.