হিমন্ত বিশ্ব শৰ্মা কেতিয়াও মুখ্যমন্ত্ৰী হব নোৱাৰে: ৱাজেদ আলী চৌধুৰী

By

Published : Jan 10, 2020, 5:56 AM IST

thumbnail

মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা কেতিয়াও মুখ্যমন্ত্ৰী হ’ব নোৱাৰে। তেওঁৰ সপোন কেতিয়াও বাস্তৱায়িত নহয় । মন্ত্ৰী হিমন্তলৈ এই ভৱিষ্যত বাণী এসময়ৰ সতীৰ্থ মন্ত্ৰী তথা বৰ্তমানৰ কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ। "ইটিভি ভাৰত"ৰ জৰিয়তে মন্ত্ৰী হিমন্তলৈ এই ভৱিষ্যতবাণী এসময়ৰ সতীৰ্থ মন্ত্ৰী তথা বৰ্তমানৰ কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.