এইয়া নৃত্য-নাটিকাহে : মাটিৰ দালাল আটক প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্য

By

Published : Sep 22, 2021, 7:47 PM IST

thumbnail

২ অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা ৷ বুধবাৰে বোকাখাতত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালাল আটকৰ প্ৰসংগত কয়, এইয়া থিয়েটাৰৰ নৃত্য-নাটিকাহে। মিছন বসুন্ধৰা আৰম্ভ কৰিবৰ বাবে এই নৃত্য-নাটিকা কৰা হৈছে । যাতে ২ অক্টোবৰৰ পৰা মিছন বসুন্ধৰা আৰম্ভ হ'লে কোনো দালাল অফিচলৈ যাব নালাগে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.