উচ্ছেদিত হ’ব নেকি খিলঞ্জীয়া ?

By

Published : Oct 23, 2021, 7:48 PM IST

thumbnail

খিলঞ্জীয়াৰ চৰকাৰৰ কাৰ্যকালতে গৃহহীন হোৱাৰ শংকাত শংকিত খিলঞ্জীয়া । এখন চৰকাৰী পত্ৰই এতিয়া শংকিত কৰি তুলিছে খিলঞ্জীয়াক । কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সূতাকল মিলন নগৰ, অৰণ্যনগৰ, আকাশীনগৰ আৰু শিঙিমাৰী গাঁৱৰ প্ৰায় তিনি শতাধিক পৰিয়াললৈ নামি আহিছে আমানিশা । শুকুৰবাৰে এই তিনি শতাধিক পৰিয়াললৈ চন্দ্ৰপুৰ ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ পৰা প্ৰেৰণ কৰা হৈছে গৃহ খালি কৰাৰ এক নিৰ্দেশনা ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.