ক’ভিডত ব্যৱহৃত সামগ্ৰীৰ আৰ্হিৰে নিৰ্মিত এটি ব্যতিক্ৰমী পূজা মণ্ডপ

By

Published : Oct 14, 2021, 2:30 PM IST

thumbnail

ডিব্ৰুগড় জিলাৰ এখনি ব্যতিক্ৰমী দুৰ্গা পূজা(Durga Puja)৷ চহৰৰ শ্ৰীশ্ৰী জালুকপাড়া সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে সাজি উলিয়াইছে এই দুৰ্গা পূজাখনিৰ মণ্ডপটো ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল(Covid Protocol) মানি ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে সমিতিখনে । দুৰ্গা মণ্ডপটোত নিৰ্মিত ক’ভিডৰ সময়ত ব্যৱহৃত সকলো সামগ্ৰীৰ আৰ্হি প্ৰদৰ্শন কৰি আকৰ্ষিত হৈ পৰিছে দৰ্শনাৰ্থীসকল ৷ লগতে পূজাস্থলীত উপস্থিত হোৱা প্ৰত্যেকগৰাকী দৰ্শনাৰ্থীক পূজা সমিতিয়ে প্ৰদান কৰিছে একোখনকৈ মাস্ক ৷ চাওক এই বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.