অনন্য ৰূপত কংগনা ৰাণাৱট

By

Published : Apr 9, 2021, 1:26 PM IST

thumbnail

মুম্বাই বিমানবন্দৰত এক অনন্য ৰূপত দেখা গ'ল বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱটক ৷ এজোৰ হালধিয়া শাৰী পিন্ধি আহিছিল কংগনাই ৷ ইফালে অভিনেত্ৰী চানী লিয়নীকো সন্তানৰ সৈতে ফটো তোলা দেখা যায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.