Wild Pangolin Rescued: বিলাসীপাৰাৰ টোকৰাবান্ধাৰ পৰা বন বিভাগৰ লোকে উদ্ধাৰ কৰিলে দুষ্প্ৰাপ্য বনৰৌ

By

Published : Jun 7, 2023, 5:55 PM IST

Updated : Jun 10, 2023, 8:31 AM IST

thumbnail

পশ্চিম বিলাসীপাৰা,7 জুন:বিলাসীপাৰাত বন বিভাগৰ সাফল্য ৷ নিশাৰ বন বিভাগৰ লোকে দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ কৰে । নিশা টোকৰাবান্ধাৰ টুলুপাৰা গাঁৱত নলাত আৱদ্ধ হৈ আছিল দুষ্প্ৰাপ্য বনৰৌটো । প্ৰথমে স্থানীয় ৰাইজে আৱদ্ধ বনৰৌটো প্ৰত্যক্ষ কৰাত চিৰাকুটা খণ্ড বন বিষয়াক খবৰ দিয়ে (Wild Pangolin Rescue at west bilashipara) । পিচত ঘটনাস্থলীত চিৰাকুটা খণ্ড বন বিষয়া আৰু শালকোচা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বন কৰ্মী উপস্থিত হয় ৷ বন কৰ্মীৰ দলে বনৰৌটো উদ্ধাৰ কৰি চিৰাকুটা খণ্ড বন কাৰ্যালয়লৈ অনা হয় (Wild Pangolin Rescue in assam) । পৰবৰ্তী সময়ত শালকোচা আঞ্চলিক বন বিষয়া কালিদাস সিংহাৰ নিৰ্দেশ মৰ্মে দুষ্প্ৰাপ্য বনৰৌটোক মুকলি কৰি দিয়ে টোকৰাবান্ধা সংৰক্ষিত বনাঞ্চলত ।

Last Updated : Jun 10, 2023, 8:31 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.