Wild elephant death at Dharamtul : ধৰমতুলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এটা বন্যহস্তীৰ

By

Published : Dec 11, 2022, 12:04 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

আকৌ বন্যহস্তীৰ মৃত্যু ৷ হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে এইবাৰ ৰহাৰ ধৰমতুলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এটা বন্যহস্তীৰ (Wild elephant death due to electrocution at Raha) ৷ বন বিভাগৰ লোকে উল্লেখ কৰা অনুসৰি, দেওবাৰে পুৱতি নিশা বনাঞ্চলৰ পৰা জনাঞ্চললৈ ধান খাবলৈ আহিছিল হাতীটোৱে ৷ তেনেতে হঠাৎ ধৰমতুল বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত দাপনিবড়ীত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় হাতীটোৰ (Wild elephant death at Dharamtul)। উল্লেখ্য যে, এমাহৰ ব্যৱধানত ধৰমতুল বনাঞ্চলৰ তিনিটাকৈ বন্যহস্তীয়ে প্ৰাণ হেৰুৱাইছে ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.