Elephant calf deadbody recovered: তিতাবৰত মৃত হাতী পোৱালী উদ্ধাৰ

By

Published : Nov 25, 2022, 10:42 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

তিতাবৰৰ কাছজান চাহ বাগিচাত শুকুৰবাৰে এটি মৃত হাতী পোৱালী উদ্ধাৰ হয়(Tea garden in Assam) । খাদ্যৰ সন্ধানত মৰিয়নিৰ গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ এটা জাকৰ লগত অঞ্চলটোলৈ আহিছিল হাতী পোৱালীটো । হাতী পোৱালীটোৰ অকাল মৃত্যুত অঞ্চলবাসীয়ে গভীৰ শোক প্ৰকাশ কৰিছে(Elephant calf dead body recovered at Titabor) । মৃতদেহৰ কাষত ৰাইজে ধূপ-ধুনা জ্বলাই পুষ্পাঞ্জলিও অৰ্পণ কৰা পৰিলক্ষিত হৈছে । বৰ্তমানলৈকে জানিব পৰা হোৱা নাই হাতী পোৱালিটোৰ মৃত্যুৰ কাৰণ ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.