Ganza seized in Mangaldoi: মঙলদৈত গাঞ্জা সহ দুজন আটক

By

Published : Jan 1, 2023, 7:50 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত শনিবাৰে মঙলদৈৰ চপাইত উদ্ধাৰ বৃহৎ পৰিমাণৰ গাঞ্জা (Ganza seized in Mangaldoi)। গোপন সূত্ৰৰ পম খেদি মঙলদৈ সদৰ থানাৰ আৰক্ষী বিষয়া মুকুট কাকতিৰ নেতৃত্বত চলোৱা হয় এই অভিযান (Darrang police against narcotics) ৷ অভিযানত উদ্ধাৰ হয় ১৭ কেজি ৭৫০ গ্ৰাম গাঞ্জা । লগতে আটক কৰা হয় দুজনকৈ লোকক ৷ গাঞ্জা সৰবৰাহকাৰী দুজন হ’ল ইভন ডেকা আৰু দিপাংকৰ দৈমাৰী (Two detained with cannabis) । অধমাপাৰাৰ ঘন জংঘলত গাঞ্জা বিক্ৰী কৰি থকাৰ সময়তে আৰক্ষীয়ে অবৈধ গাঞ্জা সহ দুয়োজনকে আটক কৰে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.