Fake gold Smuggler arrested: বৰদিনৰ দিনাই ওলাল যীশুৰ নকল সোণৰ মূৰ্তি

By

Published : Dec 25, 2022, 7:45 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

চাংসাৰীত কামৰূপ আৰক্ষীৰ অভিযান । অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চাংসাৰি আৰক্ষীয়ে আজি 31 নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এখন বাহনৰ পৰা উদ্ধাৰ কৰে 6 কেজি ওজনৰ নকল সোণৰ এটা যীশুৰ মূৰ্তি (Fake gold statue of Jesus), নকল টকা বনোৱা মেচিনৰ লগতে নগদ 50 হেজাৰ টকা (Fake gold Smuggler arrested in Changsari) । লগতে অভিযানত গ্ৰেপ্তাৰ হয় লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ সোণাপুৰ ৰিজাৰ্ভৰ ফুলজাৰ হুছেইন, আবাইদুল ইছলাম আৰু চফিৰুদ্দিন আলী নামৰ নকল সোণ সৰবৰাহকাৰীকেইটা । গুৱাহাটী মহানগৰীলৈ নকল সামগ্ৰীখিনি কঢ়িয়াই নি থকাৰ সময়তে জালত পৰে কামৰূপ আৰক্ষীৰ ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.