Second Kaliabhomora Bridge: মুকলি হ’ল দ্বিতীয়খন কলীয়াভোমোৰা দলং

By

Published : Nov 1, 2022, 5:16 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

মঙলবাৰৰ পৰা মুকলি হ’ল নতুন কলীয়াভোমোৰা দলং (Second Kaliabhomora Bridge)। কোনো ধৰণৰ আনুষ্ঠানিকতা নোহোৱাকৈ মুকলি কৰা হয় ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দ্বিতীয়খন কলীয়াভোমোৰা সেতু । অসমৰ ভিতৰত মহাবাহু ব্ৰহ্মপুত্ৰৰ নদীৰ ওপৰত থকা সপ্তমখন দীৰ্ঘতম দলং (Bridge over Brahmaputra river)। ২০১৯ চনত নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল ৩.৪০ কিলোমিটাৰ দৈঘ্যৰ দলংখনৰ (Length of new Kaliabhomora Bridge)। কলীয়াভোমোৰাৰ প্ৰথমখন দলং পুনৰ নিৰ্মাণৰ বাবে আজিৰে পৰা সামগ্ৰিকভাৱে বন্ধ কৰি দিয়াৰ ফলত জনসাধাৰণৰ ব্যৱহাৰৰ বাবে নতুন দলংখনৰ মুকলি কৰা হয় ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.