Keshab Mahanta on Covid Vaccine: যিকোনো ভেকচিনৰেই পাৰ্শ্বক্ৰিয়া থাকিব পাৰে: স্বাস্থ্যমন্ত্ৰী

By

Published : Jan 17, 2023, 3:08 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ক'ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত সংবাদমাধ্য়মত বাতৰি প্ৰকাশৰ পিছতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই (Reaction of Health Minister on Covid Vaccine) । মঙলবাৰে কলিয়াবৰত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে মন্তব্য় কৰি কয় যে কেৱল ক'ভিড ভেকচিনেই নহয়, যিকোনো ভেকচিনৰেই পাৰ্শ্বক্ৰিয়া থাকিব পাৰে । ভেকচিন মাত্ৰেই পৰ্যালোচনাৰ থল আছে । 

কলিয়াবৰত আজি এক অনুষ্ঠানত অংশগ্ৰহণ কৰি  বিধায়ক অখিল গগৈৰ (MLA Akhil Gogoi) মন্তব্যক নশ্চ্যাৎ কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয় যে অসমত ৫ কোটিৰো অধিক লোকক বিনামূলীয়াকৈ ক'ভিড ভেকচিন প্ৰদান কৰা হৈছে । 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.