Vaccination of rabies: বোকাখাতত জলাতংক ৰোগৰ প্ৰতিষেধক ভেকচিন প্ৰদান

By

Published : Nov 14, 2022, 8:51 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

বোকাখাতত জলাতংক ৰোগৰ প্ৰতিষেধক ভেকচিন প্ৰদানৰ লগতে এই ৰোগৰ সজাগতা অভিযান (Vaccination of rabies in Bokakhat) । অসমৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন Just be friend তৰফৰ পৰা বোকাখাত মহকুমা পশু চিকিৎসা বিদ্যালয় প্ৰাংগণত পোহনীয়া কুকুৰক বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰে (rabies vaccination drive) । JBF ৰ দ্বাৰা ৰাজ্যখনৰ পশু চিকিৎসালয় সমূহত বিনামূলীয়াকৈ জলাতংক ৰোগৰ প্ৰতিষেধক ভেকচিন প্ৰদান কৰি আহিছে । বোকাখাত মহকুমা পশু চিকিৎসা বিদ্যালয়ৰ চিকিৎসকৰ সহযোগত বোকাখাত আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ পোহনীয়া কুকুৰৰ লগতে আন পোহনীয়া জীৱক ভেকচিন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.