Python Rescue In Nalbari: শিয়ালমাৰী চৰত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

By

Published : Nov 22, 2022, 4:05 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

নলবাৰীৰ শিয়ালমাৰী চৰত মঙলবাৰে এডাল প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ কৰা হয় ৷ শান্তৰ আলী নামৰ এজন লোকৰ ঘৰত উদ্ধাৰ কৰা হয় অজগৰডাল ৷ শান্তৰ আলীয়ে ঘৰৰ কুকুৰাৰ গড়ালত প্ৰত্যক্ষ কৰে প্ৰকাণ্ড অজগৰডাল (Python Rescue In Nalbari )৷ লগে লগে স্থানীয় লোকে অজগৰডাল উদ্ধাৰ কৰি শিয়ালমাৰী আৰক্ষী থানাত খবৰ দিয়ে ৷ প্ৰায় ১০ ফুট দীঘল আৰু প্ৰায় ৮ কিলোগ্ৰাম ওজনৰ অজগৰ সাপডাল খাদ্যৰ অভাৱত বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহাৰ সন্দেহ কৰে স্থানীয় লোকে ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.