Police checking at Manikpur: ৰাষ্ট্ৰীয় ঘাইপথত তালাচী অভিযান আৰক্ষীৰ

By

Published : Aug 8, 2022, 10:32 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

ৰাজপথত সাৱধান ! সমাগত স্বাধীনতা দিৱস (Independence day 2022) ৷ ৭৫ সংখ্যক স্বাধীনতা দিৱসক লৈ তৎপৰ হৈছে অসম আৰক্ষী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে তন্ন তন্নকৈ তালাচী অভিযান চলাইছে আৰক্ষীয়ে (Police checking at Manikpur) ৷ স্বাধীনতা দিৱসৰ সময়ত যাতে কোনো দুৰ্বৃত্তই কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰিব কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈছে আৰক্ষী ৷ বাহন সমুহৰ লগতে মটৰ চাইকেল চালকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই ৷ নথি-পত্ৰ নথকা নাইবা হেলমেট পৰিধান নকৰাকৈ মটৰ চাইকেলৰ গৰাকীক জৰিমনা বিহিছে আৰক্ষীয়ে ৷

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.