Raas Purnima 2022: ৮৯ সংখ্যক নলবাৰীৰ ৰাস মহোৎসৱক লৈ আশাবাদী নলবাৰীবাসী

By

Published : Nov 7, 2022, 2:22 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

আজি ৰাস পূৰ্ণিমা (Raas Purnima 2022)। লাখ লাখ ভক্ত তথা ৰাইজক আদৰিবলৈ সাজু নলবাৰী ৰাস মহোৎসৱৰ আয়োজক সমিতি (Nalbari Raas mahotsav 2022) । ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি । নলবাৰীৰ স্বাভিমান ৰাস মহোৎসৱক লৈ এইবেলি চলিছে ব্যাপক আয়োজন । আজিৰে পৰা আৰম্ভ হ’ব লগা ৮৯ সংখ্যক নলবাৰীৰ ৰাস মহোৎসৱক লৈ যথেষ্ট আশাবাদী আয়োজক কমিটীও ৷ এইবাৰ নলবাৰীৰ ৰাসত বৃন্দাবনৰ ৰাস প্ৰদৰ্শন কৰাৰ লগতে গুজৰাটৰ দাণ্ডিয়া ৰাস, মণিপুৰৰ বসন্ত ৰাস, মাজুলীৰ জীৱন্ত ৰাসো প্ৰদৰ্শন কৰা হ’ব । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে আয়োজক কমিটীয়ে ৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.