Badruddin Ajmal Apology : ক্ষমা বিচাৰিলেও টিঙৰ পৰা নানামিল বদৰুদ্দিন আজমল

By

Published : Dec 3, 2022, 10:31 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

‘‘গোচৰ ৰুজু কৰিলে পলিটিচিয়ানৰ গ্ৰাফ ওপৰলৈ যায় ৷ যিমান গোচৰ ৰুজু কৰে কৰক’’ ৷ এই মন্তব্য AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ (MP Badruddin Ajmal)৷ বিতৰ্কিত মন্তব্য কৰি দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছত এই মন্তব্য সাংসদগৰাকীৰ (Badruddin Ajmal controversy)৷ অৱশ্যে কাৰো মনত দুখ দিয়াৰ উদ্দেশ্য নাছিল বুলিও মন্তব্য কৰে আজমলে (Badruddin Ajmal Apology)৷ আজমলৰ মন্তব্য- "মোৰ দৰে এজন জ্যেষ্ঠ লোকৰ মুখেৰে এনে কথা ওলোৱাৰ বাবে মই লজ্জিত ৷ সকলোৰে ওচৰত মই ক্ষমাপ্ৰাৰ্থী ৷"

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.