Cash for Job; চাকৰিৰ কেলেংকাৰীৰ বজাৰত ভায়েক জড়িত থাকিলেও সুদাই নেৰে মন্ত্ৰী সঞ্জয় কিষানে

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 2:27 PM IST

Updated : Aug 27, 2023, 4:49 PM IST

thumbnail

যোৰহাট, 27 আগষ্ট : ‘‘আমাৰ চৰকাৰ দিনত ধন বিনিময়ত চাকৰি লোৱা কথাটো সত্যতা প্ৰমাণ হোৱা নাই ৷ ধনৰ বিনিময়ত চাকৰি লোৱা বুলি যিসকল বিজেপি নেতা নাম সাঙোৰ খাই পৰিছে, সেইসকলকৰ বিচাৰ কাঠগড়াত উঠিছে ৷ সেইজন যিমানেই শীৰ্ষ পৰ্যায় নেতা নহওক কিয়, বৰ্তমান তদন্ত চলি আছে আৰু তদন্ত চলি থাকিব । এই কেলংকাৰীত যদি সঞ্জয় কিষানৰ ভ্ৰাতৃ জড়িত থাকিলেও ৰেহাই নাপাব ৷’’ দেওবাৰে যোৰহাটত উপস্থিত হৈ এই প্ৰসংগত মন্ত্ৰী সঞ্জয় কিষানে ৷

উল্লেখ যে, ইন্দ্ৰাণী তহবিলাদাৰ আত্মহত্যাৰ ঘটনা পিচত এটা এটাকৈ বিভিন্ন ঘটনা পোহৰলৈ আহিছে ৷ ইয়াৰ ভিতৰত আছে একাংশ বিজেপি নেতাই ধন বিনিময়ত চাকৰি প্ৰদান কৰাৰ প্ৰসংগ । বৰ্তমান সময়ত চাকৰি কেলেংকাৰী বজাৰখনত একাংশ বিজেপি নেতা-পালিনেতাৰ নাম সাঙোৰ খোৱা ঘটনাই বৰ্তমান ৰাজ্যত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ৷ লগতে বিজেপি ভিতৰ চ’ৰাটো জোকাৰণি সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Indrani suicide case: ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহননৰ তদন্তত ন ন তথ্য়

Last Updated : Aug 27, 2023, 4:49 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.